Skip to content

সুখ আৰু শান্তি

যেতিয়া আমি জীৱনত গভীৰ সমস্যাবোৰৰ সন্মুখীন হওঁ, তেতিয়া আমাৰ মনত সুখ আৰু শান্তি লাভ কৰাটো অসম্ভৱ যেন লাগিব পাৰে। কিন্তু দৈনন্দিন জীৱনৰ সমস্যাবোৰ সন্মুখীন হʼবলৈ, শাৰীৰিক আৰু মানসিক দুখ-বেজাৰ কম কৰিবলৈ আৰু জীৱনৰ অৰ্থ আৰু উদ্দেশ্য লাভ কৰিবলৈ বাইবেলে বহুতোলোকক সহায় আগবঢ়াইছে। আপোনাৰ জীৱনতো সুখ আৰু শান্তি লাভ কৰিবলৈ বাইবেলে সহায় কৰিব পাৰে।

ৰাগীয়াল দ্ৰব্যৰ প্ৰতি আসক্তি আৰু বেয়া অভ্যাস

বাইবেলে জীৱনলৈ পৰিৱৰ্তন আনে

এজন ব্যক্তিৰ জীৱনত পৰিৱৰ্তন আনিবলৈ পবিত্ৰ শাস্ত্ৰ বাইবেলৰ সামৰ্থ্য আছে। বিভিন্ন পৃষ্ঠভূমিৰপৰা অহা লোকসকলে কেনেকৈ সমস্যাৰেভৰা অতীতক পাহৰি, বৰ্তমান সময়ত ঈশ্বৰৰ লগত এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছে, তাৰ বিষয়ে বৰ্ণনা কৰিছে।

এক সুখী পৰিয়াল—সম্ভৱনে?

আপুনি বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰাৰ যোগেদি আপোনাৰ বিবাহ আৰু পৰিয়াল জীৱন সুখী কৰি তুলিব পাৰিব।

Study the Bible

বাইবেল কিয় অধ্যয়ন কৰা উচিত?

পৃথিৱীজুৰি লাখ লাখ লোকক জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ জানিবলৈ বাইবেলে সহায় কৰে। আপুনিও তেওঁলোকৰ ভিতৰত এজন হʼব বিচাৰেনে?

বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়?

গোটেই বিশ্বজুৰি যিহোৱাৰ সাক্ষীসকলে বিনামূলীয়াকৈ ব্যৱহাৰিক পদ্ধতিৰ দ্বাৰা বাইবেল অধ্যয়ন আগবঢ়ায়। এই বাইবেল অধ্যয়ন কেনেকৈ কৰা হয় তাক চাওক।

সাক্ষাৎ কৰাৰ বাবে অনুৰোধ কৰক

এটা প্ৰশ্নৰ বিষয়ে আলোচনা কৰক, যাৰ উত্তৰ বাইবেলত আছে অথবা যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে বেছিকৈ জানক।