নতুন কি?

2024-04-16

প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ

জাগি থাকিবলৈ গভীৰভাৱে অধ্যয়ন কৰক

2024-04-16

প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ

পাঠকসকলৰ প্ৰশ্ন—জুলাই ২০২৪

ইয়াত কাক উঠি পোহৰ দিবলৈ কোৱা হৈছিল আৰু তাই এয়া কেনেকৈ কৰিলে?

2024-04-16

প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ

নতুন মণ্ডলীৰ লগত কেনেকৈ নিজকে খাপ খোৱাব পাৰে?

বহুতো ভাই-ভনীয়ে নতুন মণ্ডলীলৈ গৈ কিছুমান সমস্যাৰ সন্মুখীন হৈছিল, কিন্তু তেওঁলোকে সেইবোৰ পাৰ কৰিব পাৰিলে। আপুনি নতুন মণ্ডলীত নিজকে কেনেকৈ খাপ খোৱাব পাৰে? চাৰিটা উপায়ৰ বিষয়ে মন কৰক, যাৰ সহায়ত আপুনি এইদৰে কৰিব পাৰিব।

2024-04-16

প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ

জুলাই ২০২৪

এই সংখ্যাৰ অধ্যয়নৰ লেখবোৰ ছেপ্টেম্বৰ ৯–অক্টোবৰ ৬, ২০২৪.

2024-04-15

মূল গীত

‘সু-খবৰ আহিল’! (২০২৪ অধিৱেশনৰ গান)

প্ৰথম শতিকাৰ পৰা এতিয়ালৈকে, লোকসকলে মানৱজাতিক আনন্দৰে সু-খবৰ প্ৰচাৰ কৰি আহিছে আৰু এই কাম আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ—এই কামত যীচুৱে নেতৃত্ব লৈছে আৰু স্বৰ্গদূতসকলেও তেওঁক সহযোগ কৰিছে।

2024-04-01

কিতাপ আৰু ব্ৰচাৰবোৰ

২০২৪ চনৰ অধিৱেশনৰ নিমন্ত্ৰণ পত্ৰ

2024-04-01

আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা–সভাৰ বাবে অধ্যয়ন পুস্তিকা

জুলাই–আগষ্ট ২০২৪