Skip to content

শুভবাৰ্তা ঘোষণা কৰক!

২০২৪ চনৰ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন

সকলোৱে উপস্থিত হʼব পাৰে ইয়াত কোনো ধৰণৰ টকা-পইচা লোৱা নহয়

অধিৱেশনৰ এক আভাস

শুক্ৰবাৰ: শুভবাৰ্তাৰ চাৰিখন কিতাপত যীচুৰ জীৱনৰ বিষয়ে উল্লেখ থকা তথ্যবোৰ একেবাৰে সঠিক হয়, ইয়াৰ প্ৰমাণবোৰলৈ আমি মন কৰিম। লগতে এয়াও চাম যে ইয়াত লিখা কথাবোৰৰ পৰা আমি কি শিকিব পাৰোঁ।

শনিবাৰ: যীচুৰ জন্ম আৰু লʼৰালিকালৰ বিষয়ে কি ভৱিষ্যবাণী কৰা হৈছিল আৰু সেই ভৱিষ্যবাণীবোৰ সঁচাকৈ পূৰ হʼলনে?

দেওবাৰ: “বেয়া খবৰ শুনি আমি কিয় ভয় নাখাওঁ?” বাইবেল আধাৰিত এই ভাষণত আপুনি জানিব পাৰিব যে আজি লাখ লাখ লোকে ভৱিষ্যতক লৈ কিয় সুৰক্ষিত অনুভৱ কৰে, যদিও পৃথিৱীৰ পৰিস্থিতি বেয়ালৈ ঢাল খাইছে।

ভিডিঅʼ ড্ৰামা

যীচু—তেওঁৰ জীৱন আৰু পৰিচৰ্য্যা: খণ্ড ১

জগতলৈ সত্য পোহৰ আহে

যীচুৰ জন্ম আচৰিতভাৱে হৈছিল। কিন্তু তেওঁৰ লʼৰালিকালত আৰু বহুতো ডাঙৰ ডাঙৰ ঘটনা ঘটিছিল। যীচুৰ পিতৃ-মাতৃয়ে তেওঁক বচাবলৈ মিচৰ দেশলৈ লৈ যায়, কিয়নো এজন ৰজাই তেওঁক হত্যা কৰিব বিচাৰিছিল। যীচু যেতিয়া অলপ ডাঙৰ হʼল, তেতিয়া ডাঙৰ ডাঙৰ শিক্ষকসকলে তেওঁৰ কথা শুনি আচৰিত হৈছিল। এই বিষয়ে আৰু আন কিছুমান ঘটনাৰ বিষয়ে শুক্ৰবাৰ আৰু শনিবাৰে দেখুৱা হʼব। এই খণ্ডৰ দুটা ভাগ আছে।

এই বছৰৰ অধিৱেশনৰ বিষয়ে জানিবলৈ ভিডিঅʼবোৰ চাওক

আমাৰ অধিৱেশনত কি হয়?

যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশনত কি হয়, তাৰ বিষয়ে জানক।

২০২৪ চনৰ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন: শুভবাৰ্তা ঘোষণা কৰক!

এই বছৰৰ অধিৱেশনৰ এক আভাস চাওক।

ভিডিঅʼ ড্ৰামাৰ এক আভাস: যীচু—তেওঁৰ জীৱন আৰু পৰিচৰ্য্যা

যীচুৰ আচৰিতভাৱে হোৱা জন্মৰ বিষয়ে আপুনি হয়তো শুনিছে। কিন্তু এই ৰোমাঞ্চকৰ ঘটনাৰ আগত আৰু পাছত কি কি ঘটনা ঘটিছিল?