Skip to content

Skip to table of contents

সুন্দৰ ভৱিষ্যতৰ এক আভাস

সুন্দৰ ভৱিষ্যতৰ এক আভাস

চাওক “প্ৰকৃত জীৱনৰ” বিষয়ে বাইবেলত কি কোৱা হৈছে, যেতিয়া যিহোৱাই সকলোৰে ইচ্ছা পূৰ কৰিব। (১ তীমথিয় ৬:১৯; গীতমালা ১৪৫:১৬) কিন্তু এয়া কেনেকৈ সম্ভৱ হ’ব?