Skip to content

বাইবেলে জীৱনলৈ পৰিৱৰ্তন আনে

প্ৰথম ব্যক্তিজনৰ ঘটনাৰপৰা চাওক যে ঈশ্বৰৰ বাক্যই কেনেকৈ চাৰিওফালে থকা লোকসকলৰ জীৱন পৰিৱৰ্তন কৰিব পাৰে।

Meaningful Life

এক নতুন জীৱনৰ আৰম্ভণি

এজন ব্যক্তিয়ে সৰুৰেপৰা নিৰাশাত ভুগিছিল। বাইবেল পঢ়াৰ বাবে তেওঁ কেনেকৈ নিৰাশাৰ সন্মুখীন হʼব পাৰিলে, তাৰ বিষয়ে জানক।

ৰাজ্যগৃহৰ সেই দিনটো আমি কেতিয়াও নাপাহৰিম

ষ্টিভে মনত পেলাইছিল যে যেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে যিহোৱাৰ সাক্ষীসকলৰ সভাত উপস্থিত হৈছিল তেতিয়া তেওঁক কেনেকৈ আদৰণি জনোৱা হৈছিল।

সমস্যাৰ সময়ত কেতিয়াও আশা এৰি নিদিব

ডৰিচে ভাবিছিল ঈশ্বৰে কিয় দুখ-কষ্টৰ অনুমতি দিছে। ইয়াৰ উত্তৰ তাই আচৰিত ভাবে পালে।

Changed Beliefs

আপুনি সেই “বহুমূলীয়া মুকুতা” পালেনে?

মেৰি আৰু বিজনে ঈশ্বৰৰ ৰাজ্যৰ সত্যতা বেলেগ বেলেগ উপায়েৰে বিচাৰি পালে। ইয়ে তেওঁলোকৰ জীৱন কেনেকৈ সলনি কৰিলে?