ঘোষণা কাৰ্য্যৰ পৰিচয়

বাইবেলৰ বিষয়ে কথা-বতৰা আৰম্ভ কৰিব পৰাকৈ এই ভিডিঅʼবোৰ প্ৰস্তুত কৰা হৈছে।

জীৱন সৃষ্টি কৰা হৈছিলনে? পৰিচয়

আমাৰ জীৱনৰ উদ্দেশ্য কি? এই বিষয়ে জানিবলৈ আমি প্ৰথমে জীৱনৰ আৰম্ভণি কেনেকৈ হৈছিল তাক জনাটো অতি গুৰুত্বপূৰ্ণ। ব্যক্তিগতভাৱে অনুসন্ধান কৰি আৰু এক মীমাংসাত উপনীত হোৱা উচিত।

এক সুখী পৰিয়াল—সম্ভৱনে? পৰিচয়

বিবাহ আৰু পৰিয়ালত সমস্যা আহে। বাইবেলত সুখী পৰিয়ালৰ ৰহস্যৰ বিষয়ে কোৱা হৈছে।

আপুনি ভাল খবৰ বিচাৰেনে?

যিচয়া ৫২:৭ পদত কোৱাৰ দৰে বাইবেলত ‘মঙ্গলৰ শুভবাৰ্তা’ আগবঢ়োৱা হৈছে। এই ভাল খবৰে আপোনাক এক সুখী পাৰিবাৰিক জীৱন, প্ৰকৃত বন্ধুত্ব আৰু শান্তি লাভ কৰাত সহায় কৰিব পাৰে।

মৃত লোকসকলৰ বাবে কি আশা আছে?

বাইবেলে প্ৰতিজ্ঞা কৰিছে যে আপুনি মৃত্যুত হেৰুৱা নিজৰ আপোনজনাক এই পৃথিৱীত পুনৰ লগ পাব।

যিহোৱাৰ সাক্ষীসকল—আমি কোন হওঁ?

বহুতোলোকে যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে জানিব বিচাৰে। এই উৎসৰপৰাই বেছিকৈ জানিবলৈ চেষ্টা কৰক।