২০২১ অধিৱেশনৰ কাৰ্য্যক্ৰম

শুক্ৰবাৰ

শুক্ৰবাৰৰ কাৰ্য্যক্ৰম লূক ১৭:৫ পদৰ ওপৰত আধাৰিত। যʼত লিখা আছে, ‘আমাৰ বিশ্বাস বঢ়াওক’

শনিবাৰ

শনিবাৰৰ কাৰ্য্যক্ৰম যিহূদা ৩ পদৰ ওপৰত আধাৰিত। যʼত লিখা আছে, ‘বিশ্বাসৰ পক্ষে সংঘৰ্ষ কৰক।’

দেওবাৰ

দেওবাৰৰ কাৰ্য্যক্ৰম মথি ২১:২১, ২২ পদৰ ওপৰত আধাৰিত। যʼত লিখা আছে, ‘যদি বিশ্বাস কৰা, তেন্তে সকলোকে পাবা।’

অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা

অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ সূচনা