প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ জুন ২০২৪

এই সংখ্যাৰ অধ্যয়নৰ লেখবোৰ আগষ্ট ১২–ছেপ্টেম্বৰ ৮, ২০২৪.

অধ্যয়নৰ লেখ ২৩

যিহোৱাই আমাক নিজৰ তম্বুলৈ মাতিছে!

২০২৪ চনৰ আগষ্ট ১২-১৮-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ২৪

সদায় যিহোৱাৰ তম্বুত থাকক!

২০২৪ চনৰ আগষ্ট ১৯-২৫-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

জীৱন কাহিনী

যিহোৱাই মোৰ প্ৰাৰ্থনালৈ ধ্যান দিলে

সৰুৰে পৰা মাৰ্চেল জিলেক কি কথাই বিশ্বাস জন্মালে যে যিহোৱা “প্ৰাৰ্থনা শুনাতোঁ” ঈশ্বৰ হয়?

পাঠকসকলৰ প্ৰশ্ন

কিছুমান লোকে কয় যে গীতমালা ১২:৭ পদত যিহোৱাই কোৱা কথাৰ বিষয়ে কোৱা হৈছে কিন্তু নতুন জগত অনুবাদত ‘দৰিদ্ৰসকলৰ’ বিষয়ে কোৱা হৈছে। এইদৰে কিয় বাৰু?

অধ্যয়নৰ লেখ ২৫

মনত ৰাখক ‘যিহোৱা জীৱন্ত ঈশ্বৰ’

২০২৪ চনৰ আগষ্ট ২৬-ছেপ্টেম্বৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ২৬

যিহোৱা আপোনাৰ শিলা নে?

২০২৪ চনৰ ছেপ্টেম্বৰ ২-৮-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।