প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ এপ্ৰিল ২০২৪

এই সংখ্যাৰ অধ্যয়নৰ লেখবোৰ জুন ১০–জুলাই ৭, ২০২৪.

অধ্যয়ন লেখ ১৪

পৰিপক্কৰ দিশত আগবাঢ়ি যাবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰক

২০২৪ চনৰ জুন ১০-১৬-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ১৫

যিহোৱাৰ সংগঠনৰ ওপৰত নিজৰ বিশ্বাস বঢ়াই থাকক

২০২৪ চনৰ জুন ১৭-২৩-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ১৬

প্ৰচাৰ কামত আৰু আনন্দ লাভ কৰক

২০২৪ চনৰ জুন ২৪-৩০-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ১৭

প্ৰমোদবন কেতিয়াও এৰি নিদিব

২০২৪ চনৰ জুলাই ১-৭-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

জীৱন কাহিনী

মোৰ দুৰ্বল অৱস্থাত যিহোৱাৰ শক্তি দেখিবলৈ পালোঁ

ভাই এৰকী মেকেলাই কৈছে যে পূৰ্ণ সময়ৰ সেৱা কৰাৰ সময়ত তেওঁলোকে বহুতো সমস্যাৰ সন্মুখীন হʼল। যেনে, কলম্বিয়াত মিচনাৰী সেৱা কৰি থকাৰ সময়ত চৰকাৰে গুৰিল্লা গোটৰ লগত যুঁজি আছিল। কিন্তু যিহোৱাৰ সহায়ত তেওঁলোকে সকলো সমস্যাৰ সন্মুখীন হʼব পাৰিলে।

আপুনি জানেনে?

যিসকল ইস্ৰায়েলী নাছিল, তেওঁলোকেও দায়ূদৰ সেনাত কিয় আছিল?